Deepu’s Cafe-Food Zone

Deepu’s Cafe-Food Zone Welcome to our Cafe�

🍗🔥🇮🇳😋
19/11/2024

🍗🔥🇮🇳😋

07/09/2024
Party and enjoy 😉
21/07/2022

Party and enjoy 😉

21/07/2022

New vision school party 🥳 🎉 ✨

Deepu,s  special......
01/07/2021

Deepu,s special......

A anniversary party at 's cafe❤️(2.03.2021)
05/03/2021

A anniversary party at 's cafe❤️

(2.03.2021)

আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে কালি, ১১ ফেব্ৰুৱাৰী, ২০২১ তাৰিখে পাঠশালা চহৰৰ মাজমজিয়াৰ কলেজ ৰোডত Deepu's Cafe নামৰ ৰ...
12/02/2021

আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে কালি, ১১ ফেব্ৰুৱাৰী, ২০২১ তাৰিখে পাঠশালা চহৰৰ মাজমজিয়াৰ কলেজ ৰোডত Deepu's Cafe নামৰ ৰেষ্টুৰেন্টখনৰ শুভাৰম্ভণি কৰা হয় ৷ ৰেষ্টুৰেন্টখন মুকলি কৰে অসম বন সুৰক্ষা বিভাগৰ ব্ৰেণ্ড এম্বেচেডৰ আনন্দ খাটনিয়াৰ মহোদয়ে ৷ দিনজুৰি পাঠশালাবাসী ৰাইজৰ আগমনত উখল-মাখল হৈ থকা ৰেষ্টুৰেন্টখনৰ অন্তৰ্ভাগৰ ডিজাইন (interior design) প্ৰস্তুত কৰি উলিয়ায় -পাঠশালা ই ৷ এই আপাহতে উক্ত দিনটোত আমাক উৎসাহ যোগোৱা আৰু বিভিন্ন দিহা-পৰামৰ্শৰে উপকৃত কৰা প্ৰত্যেককে আমাৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ ৷ আশা কৰিছোঁ পাঠশালাবাসী ৰাইজে Deepu's Cafe ক মৰমেৰে আদৰি ল'ব আৰু ভৱিষ্যতৰ খোজত আমাৰ সাহস হ'ব ৷

All the picture are click by- Nilam N Talukdar

Address

College Road, Bajali
Pathsala
781325

Telephone

+918011445850

Website

Alerts

Be the first to know and let us send you an email when Deepu’s Cafe-Food Zone posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category