The Royal Kitchen

The Royal Kitchen Assam,in northeast India,boasts rich culture,diverse landscapes, unique food and world-famous tea. Here's a brief overview of Assam's traditional food and tea

Assam, a state in northeastern India, is known for its rich cultural heritage, diverse landscapes, and, of course, its unique and flavorful traditional foods, as well as its world-famous tea.

The Royal Kitchen In front of India Gate, Trade Fair,Nalbari Rash Mahotsav 2024
18/11/2024

The Royal Kitchen
In front of India Gate, Trade Fair,
Nalbari Rash Mahotsav 2024

08/12/2023

জনসমুদ্ৰত নলবাৰীৰ ৰাস...
বানিজ্য মেলাত অক্টোপাছ, কেঁকোৰা আৰু বিভিন্ন সাগৰীয় মাছৰ বিপনিত সমগ্ৰ নলবাৰীবাসী তথা অসমবাসীৰ সঁহাৰি.
ধন্যবাদ
#থলুৱা_জুতি #নলবাৰী_ৰাস Nalbari Raakh Mahotsav,Nalbari থলুৱা জুতি Newslive.co.ke Assam

থলুৱা জুতি Nalbari Raakh Mahotsav,Nalbari      াণিজ্য_মেলা
05/12/2023

থলুৱা জুতি Nalbari Raakh Mahotsav,Nalbari াণিজ্য_মেলা

05/12/2023
05/12/2023

৯০ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ "গ্ৰন্থমেলা" উপ সমিতিৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতা সমূহৰ ফলাফল তলত উল্লেখ কৰা হল।
উক্ত প্ৰতিযোগিতাত বিজয়ী সকলক বঁটা সমূহ অহাকালি ০৬/০১২/২০২৩ তাৰিখে দিনৰ ১২ বজাত হৰি মন্দিৰ সমিতিৰ সভাপতি সন্মানীয় শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা দেৱে প্ৰদান কৰিব।
Jayanta Mallabaruah

05/12/2023

#থলুৱা জুতি
াণিজ্য_মেলা #নলবাৰী #নলবাৰীৰাস

 #থলুৱা_জুতি নমস্কাৰ পোন প্ৰথমে  থলুৱা জুতিৰ তৰফৰ পৰা ৯০ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ আন্তৰিক অভিনন্দন আৰু সকলোকে নিমন্ত্ৰণ...
30/11/2023

#থলুৱা_জুতি
নমস্কাৰ পোন প্ৰথমে থলুৱা জুতিৰ তৰফৰ পৰা ৯০ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ আন্তৰিক অভিনন্দন আৰু সকলোকে নিমন্ত্ৰণৰ শৰাই আগবঢ়ালোঁ ।
আজি তিনি দিন ধৰি আমাৰ এই এই থলুৱা জুতি See food ৰেষ্টুৰেণ্ট খনক আগবঢ়াই নিয়াত যিমান খিনি মৰম আশীৰ্বাদ আৰু সহায় সহযোগ কৰিছে তাৰ বাবে আপোনালোকৰ ওচৰত আমি অভাগিনী । ।
আশা কৰো অনাগত দিনত এনেকৈএ আমাক সহায়-সহযোহ কৰি আমাক অলপ আশ্বাস যিয়ে যেন (নলবাৰী ধমধমা বাছ-আস্থান)
#আহিব_এবাৰ_নতুন_জুতি_লবলৈ
াণিজ্য_মেলা

27/11/2023

#থলুৱা_জুতি

আহিব এবাৰ নতুন জুতি লবলৈ।।
Nalbari Raakh Mahotsav,Nalbari 2023

 #থলুৱা_জুতি আপোনালোকক নতুন সোৱাদ দিবলৈ আমি সাজু - অহা কালিৰ পৰা নলবাৰী ৰাসত আমাক লগ পাব  (ই. এন,দি. ফিল্ড)  াণিজ্য_মেলা...
26/11/2023

#থলুৱা_জুতি
আপোনালোকক নতুন সোৱাদ দিবলৈ আমি সাজু -
অহা কালিৰ পৰা নলবাৰী ৰাসত আমাক লগ পাব (ই. এন,দি. ফিল্ড) াণিজ্য_মেলা*, ধমধমা বাছ আস্থানৰ সমীপত ..
#আহিব এবাৰ নতুন জুতি লবলৈ

Address

Nalbari
781335

Telephone

+919101109019

Website

Alerts

Be the first to know and let us send you an email when The Royal Kitchen posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Royal Kitchen:

Share

Category