Akshay Deka

Akshay Deka Work is warship

05/08/2024
26/12/2023
"বিকশিত ভাৰত সংকল্প যাত্ৰা" কাৰ্য্যসুচী ত অহাকালি ভাৰত বৰ্ষ ৰ "প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী" ডাঙৰীয়াই ভিডিও কনফাৰেঞ্চ যো...
29/11/2023

"বিকশিত ভাৰত সংকল্প যাত্ৰা" কাৰ্য্যসুচী ত অহাকালি ভাৰত বৰ্ষ ৰ "প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী" ডাঙৰীয়াই ভিডিও কনফাৰেঞ্চ যোগে "৩০(২)জাগাৰা পঞ্চায়ত" ত চৰকাৰী হিতাধীকাৰী সকলৰ সৈতে মত বিনিময় কৰিব ।
উপস্থিত থাকিব ভাৰত চৰকাৰৰ "কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল" ডাঙৰীয়া ।
সমুহ ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছো ।
স্থান ঃ জাগাৰা সভাৰ খোলা
সময় ঃ ৯ বজাত,ৰাতিপুৱা ।
Chandra Mohan Patowary
Narendra Modi
Sarbananda Sonowal
BJP Assam Pradesh
Narayan Deka, Barkhetryy

19/11/2023

Best wishes team India 🇮🇳❤️

অসমৰ সংগীত জগতৰ ধ্ৰুৱতৰা বিশিষ্ট সমাজকৰ্মী জুবিন গাৰ্গ ডাঙৰীয়াক জন্মদিনৰ শুভেচ্ছা জনালোঁ।
18/11/2023

অসমৰ সংগীত জগতৰ ধ্ৰুৱতৰা বিশিষ্ট সমাজকৰ্মী জুবিন গাৰ্গ ডাঙৰীয়াক জন্মদিনৰ শুভেচ্ছা জনালোঁ।

🙏🙏🙏
17/11/2023

🙏🙏🙏

অসমৰ প্ৰাচীন ঐতিহ্য-পৰম্পৰাসমূহ সংৰক্ষণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু এইক্ষেত্ৰত আমাৰ চৰকাৰে সদায় অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে।

প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে কালি অসম কেবিনেটে শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিসমূহক কিঞ্চিৎ আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। এই পদক্ষেপে আমাৰ চহকী সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰত সহায় কৰিব বুলি আশা কৰিছোঁ।

সুখবৰ
17/11/2023

সুখবৰ

Address

Nalbari Jagara Road
Nalbari Village

Website

Alerts

Be the first to know and let us send you an email when Akshay Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category