Aaitijya Pakghar

Aaitijya Pakghar Ethenic Resturent ( Indian& Chinese foods also available? https://maps.app.goo.gl/4PWuEuAMAZWui4E46

পঁইটাভাত আজি বিশেষ ঐতিহ্যৰ  (৯৫ টকা মাত্ৰ)
27/08/2022

পঁইটাভাত আজি বিশেষ ঐতিহ্যৰ (৯৫ টকা মাত্ৰ)

স্বাস্থ্যকৰ জীৱন যাপন,মেদবহুলতা আৰু ডায়েবিটিচ আদি ৰোগৰ পৰা আঁতৰি থাকিবলৈ মধুতুলসীৰ অতিকৈ প্ৰয়োজনীয়। মধুতুলসীৰ শুকান পাত ...
03/08/2022

স্বাস্থ্যকৰ জীৱন যাপন,মেদবহুলতা আৰু ডায়েবিটিচ আদি ৰোগৰ পৰা আঁতৰি থাকিবলৈ মধুতুলসীৰ অতিকৈ প্ৰয়োজনীয়।
মধুতুলসীৰ শুকান পাত কুহিয়াঁৰতকৈ ৩০ গুণ মিঠা,যাৰ কাৰণে ইয়াত কোনো কেলৰি নাই আৰু কম কেলৰি যুক্ত আহাৰৰ আঁচনিত থকা সকলৰ বাবে অতিকৈ দৰকাৰী। এই মধুতুলসী আপোনালোকে আমাৰ ঐতিহ্যত পাবলৈ সক্ষম হব।

ঐতিহ্য পাকঘৰত টোপোলা ভাতৰ সৈতে সম্পূৰ্ণ থালিৰে এসাঁজ উপভোগ কৰক। আপোনালোকক আপ্যায়নৰ বাবে আমি অতি আগ্ৰহেৰে অপেক্ষা কৰি আছ...
03/08/2022

ঐতিহ্য পাকঘৰত টোপোলা ভাতৰ সৈতে সম্পূৰ্ণ থালিৰে এসাঁজ উপভোগ কৰক। আপোনালোকক আপ্যায়নৰ বাবে আমি অতি আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ।

মুগা লেটা আৰু ৰহি সাঁজৰ আমেজ পাব, আপোনালোকৰ ঐতিহ্যত।
29/07/2022

মুগা লেটা আৰু ৰহি সাঁজৰ আমেজ পাব, আপোনালোকৰ ঐতিহ্যত।

HAPPY CUSTOMERS
25/07/2022

HAPPY CUSTOMERS

Aaitijya Regular thale @130
24/07/2022

Aaitijya Regular thale @130

ঐতিহ্য পাকঘৰ লৈ আপোনাক স্বাগতম জনাইছোঁ। স্বাস্থ্য সন্মত, থলুৱা আৰু সু-স্বাদু খাদ্যৰ বাবে ঐতিহ্য লৈ আহক।
24/07/2022

ঐতিহ্য পাকঘৰ লৈ আপোনাক স্বাগতম জনাইছোঁ।
স্বাস্থ্য সন্মত, থলুৱা আৰু সু-স্বাদু খাদ্যৰ বাবে ঐতিহ্য লৈ আহক।

Address

NH-37, MORAN, Near Kushal Nagar Tin Ali
Moran
785670

Opening Hours

Monday 10am - 10pm
Tuesday 10am - 10pm
Wednesday 10am - 10pm
Thursday 10am - 10pm
Friday 10am - 10pm
Saturday 10am - 10pm
Sunday 10am - 10pm

Telephone

+919707651933

Website

Alerts

Be the first to know and let us send you an email when Aaitijya Pakghar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Aaitijya Pakghar:

Share

Category