Khorisa-The Assamese Ethnic Food Cuisine

Khorisa-The Assamese Ethnic Food Cuisine Your One step Destination for healthy,hygienic and Delicious ethinic food hub.

16/05/2026
16/05/2026
16/05/2026

সপোন যেতিয়া আকাশ চুই চোৱাৰ বাধা নিজে আতৰি যায় দুৰ দিগন্তলৈ…
অংকিতা সোণোৱাল যেন তাৰেই উদাহৰণ।কঠিন প্ৰত্যাহ্বানকো হেলাৰঙে পাৰ কৰিব পৰা অসীম ধৈৰ্য আৰু সাহসৰ প্ৰতীক অংকিতাক মেট্ৰিক পৰীক্ষাৰ সময়ত কিতাপ পত্ৰ সহ কিছু সহায় কৰিছিলোঁ।আৰ্থিক অসুবিধাৰ বাবে মোমায়েকৰ ঘৰত থাকি অধ্যয়ন কৰি যোৱা অংকিতাই এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ আৰ.ডি চিনিয়ৰ চেকেণ্ডৰী স্কুলৰ পৰা ৮৯ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে।অংকিতাৰ এই সাফল্যত তেঁওৰ পিতৃ মাতৃ নিপুন সোণোৱাল আৰু মীৰা বৰশইকীয়া সোণোৱালৰ লগতে মোমায়েক ভূৱন বৰশইকীয়া তথা মামী দিম্পী সোণোৱাল বৰশইকীয়াকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ।অংকিতাক ভৱিষ্যতৰ শৈক্ষিক যাত্ৰাত মই পাৰ্যমানে সহায় কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ।তেঁওৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
❤️

16/05/2026

🌺 জননেতা ভীমবৰ দেউৰীদেৱৰ জন্মজয়ন্তীত শত-কোটি প্ৰণাম 🌺
অসমী আইৰ সুযোগ্য সন্তান, খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অধিকাৰ সুৰক্ষাৰ সংগ্ৰামী কাণ্ডাৰী, স্বৰ্গীয় ভীমবৰ দেউৰী ডাঙৰীয়াৰ পবিত্ৰ জন্মজয়ন্তীত সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। 🙏✨

Address

Jail Road Jorhat Near KTM ShowRoom
Jorhat
785001

Opening Hours

Monday 10am - 11pm
Tuesday 10am - 11pm
Wednesday 10am - 11pm
Thursday 10am - 11pm
Friday 10am - 11pm
Saturday 10am - 11pm
Sunday 10am - 11pm

Website

Alerts

Be the first to know and let us send you an email when Khorisa-The Assamese Ethnic Food Cuisine posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category