07/03/2026
পুনৰ যোৰহাটত পঞ্চম বাৰৰ বাবে অহা 28 আৰু 29 মাৰ্চ ত আমি আয়োজন কৰিম
2 days Fast Food Master Workshop.... কৰ্মশালা ত প্ৰশিক্ষণ প্ৰদান কৰিব বিগত সময়ত ফাইভ ষ্টাৰ হোটেল ত Chef হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা Chef Ramiz
Profile link
https://www.linkedin.com/in/ramiz-uddin-khan-4ab188a0?utm_source=share&utm_campaign=share_via&utm_content=profile&utm_medium=android_app
এই প্ৰশিক্ষণৰ পিছত প্ৰতি জনে নিজকে Chef হিচাপে নিয়োজিত কৰাৰ লগতে নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ এক সুন্দৰ প্লেটফ্রম
কি কি শিকিব
The course will include the following items =
Indian gravies
1.Base onion yellow gravy
2.Makhni gravy
3.White gravy
4.Biryani in authentic shortcut both ways
5.Rolls and its variations
6.chowmein and hakka noodles
7.Momo's
8.Fried rice and variations
9.drums of heaven /ch lolipop
10.crispy chicken Wings
11.Chicken dry fry/ chili chicken dry & gravy
12. Tandoori marination recipe
13. Indian veg dishes 3
14. Indian non veg dishes 3
ক্লাছত প্ৰয়োজন হোৱা সকলো সামগ্ৰী , খাদ্য, আমি যোগান ধৰিম।
# We Provide MSME Registered Certificate
সবিশেষ জানিবলৈ যোগাযোগ কৰক
080995 24234