Add x food

Add x food Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Add x food, Guwahati.

Discover a virtual marketplace that empowers local entrepreneurs. Our online store provides a platform for small busines...
29/06/2023

Discover a virtual marketplace that empowers local entrepreneurs. Our online store provides a platform for small businesses to showcase and sell their unique products to a wider audience, fostering economic growth and community support. Join us in supporting local talent and shopping with purpose.
www.axomfresh.com

एक आभासी बाज़ार की खोज करें जो स्थानीय उद्यमियों को सशक्त बनाता है। हमारा ऑनलाइन स्टोर छोटे व्यवसायों को अपने अनूठे उत्पादों को व्यापक दर्शकों के सामने प्रदर्शित करने और बेचने, आर्थिक विकास और सामुदायिक समर्थन को बढ़ावा देने के लिए एक मंच प्रदान करता है। स्थानीय प्रतिभाओं का समर्थन करने और उद्देश्यपूर्ण खरीदारी में हमारे साथ जुड़ें।
www.axomfresh.com

স্থানীয় উদ্যোগীসকলক শক্তিশালী কৰা এটা ভাৰ্চুৱেল বজাৰ আৱিষ্কাৰ কৰক। আমাৰ অনলাইন ষ্ট’ৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে তেওঁলোকৰ অনন্য সামগ্ৰীসমূহ বহল দৰ্শকৰ আগত প্ৰদৰ্শন আৰু বিক্ৰী কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰে, যিয়ে অৰ্থনৈতিক বৃদ্ধি আৰু সম্প্ৰদায়ৰ সমৰ্থনক লাভান্বিত কৰে। স্থানীয় প্ৰতিভা আৰু উদ্দেশ্যৰে বজাৰ কৰাত আমাৰ সৈতে যোগদান কৰক।
www.axomfresh.com ত যোগদান কৰক

Shop by Category Beverages (3) Body & SkinCare (1) Herbal Products (1) New In Aloevera Cleansing Bar Sale Product on sale ₹275.00 ₹260.00 Add to cart Lakadong Turmeric 100g Sale Product on sale ₹200.00 ₹150.00 Add to cart Stevia 50g Sale Product on sale ₹200.00 ₹150.00 Add to cart Masala...

Discover a vibrant online marketplace, www.axomfresh.com, designed exclusively for local entrepreneurs. Experience the e...
29/06/2023

Discover a vibrant online marketplace, www.axomfresh.com, designed exclusively for local entrepreneurs. Experience the essence of Assam's rich culture and support small businesses. Explore a diverse range of products, from traditional handicrafts to farm-fresh produce, all sourced from local communities. Shop with confidence, knowing that your purchase directly contributes to the growth and empowerment of local entrepreneurs. Whether you're looking for unique Assamese handicrafts or flavorful Assam tea, AxomFresh is your gateway to authentic products from the heart of Assam. Join us in celebrating and promoting the entrepreneurial spirit of Assam while enjoying the convenience of online shopping.

एक जीवंत ऑनलाइन बाज़ार खोजें, www.axomfresh.com, जो विशेष रूप से स्थानीय उद्यमियों के लिए डिज़ाइन किया गया है। असम की समृद्ध संस्कृति के सार का अनुभव करें और छोटे व्यवसायों का समर्थन करें। पारंपरिक हस्तशिल्प से लेकर कृषि-ताजा उपज तक, सभी स्थानीय समुदायों से प्राप्त उत्पादों की एक विविध श्रृंखला का अन्वेषण करें। विश्वास के साथ खरीदारी करें, यह जानते हुए कि आपकी खरीदारी स्थानीय उद्यमियों के विकास और सशक्तिकरण में सीधे योगदान देती है। चाहे आप अद्वितीय असमिया हस्तशिल्प या स्वादिष्ट असम चाय की तलाश में हों, AxomFresh असम के दिल से प्रामाणिक उत्पादों के लिए आपका प्रवेश द्वार है। ऑनलाइन शॉपिंग की सुविधा का आनंद लेते हुए असम की उद्यमशीलता की भावना का जश्न मनाने और उसे बढ़ावा देने में हमारे साथ जुड़ें।

Shop by Category Beverages (3) Body & SkinCare (1) Herbal Products (1) New In Aloevera Cleansing Bar Sale Product on sale ₹275.00 ₹260.00 Add to cart Lakadong Turmeric 100g Sale Product on sale ₹200.00 ₹150.00 Add to cart Stevia 50g Sale Product on sale ₹200.00 ₹150.00 Add to cart Masala...

স্থানীয় উদ্যোগীসকলৰ বাবে একচেটিয়াভাৱে ডিজাইন কৰা এটা সজীৱ অনলাইন বজাৰ, www.axomfresh.com আৱিষ্কাৰ কৰক।  অসমৰ চহকী সংস্...
29/06/2023

স্থানীয় উদ্যোগীসকলৰ বাবে একচেটিয়াভাৱে ডিজাইন কৰা এটা সজীৱ অনলাইন বজাৰ, www.axomfresh.com আৱিষ্কাৰ কৰক। অসমৰ চহকী সংস্কৃতিৰ সাৰমৰ্ম অনুভৱ কৰক আৰু ক্ষুদ্ৰ ব্যৱসায়ীক সহায় কৰক। পৰম্পৰাগত হস্তশিল্পৰ পৰা আৰম্ভ কৰি পামৰ সতেজ উৎপাদিত সামগ্ৰীলৈকে বিভিন্ন ধৰণৰ সামগ্ৰী অন্বেষণ কৰক, এই সকলোবোৰ স্থানীয় সম্প্ৰদায়ৰ পৰা আহৰণ কৰা। আপোনাৰ ক্ৰয়ে স্থানীয় উদ্যোগীসকলৰ বৃদ্ধি আৰু সবলীকৰণত প্ৰত্যক্ষভাৱে অৰিহণা যোগায় বুলি জানি আত্মবিশ্বাসেৰে বজাৰ কৰক। আপুনি অনন্য অসমীয়া হস্তশিল্প বা সোৱাদযুক্ত অসম চাহ বিচাৰিলেই হওক, AxomFresh অসমৰ হৃদয়ৰ পৰা প্ৰামাণিক সামগ্ৰীৰ বাবে আপোনাৰ প্ৰৱেশদ্বাৰ। অনলাইন শ্বপিঙৰ সুবিধা উপভোগ কৰাৰ লগতে অসমৰ উদ্যোগী মনোভাৱক উদযাপন আৰু প্ৰচাৰ কৰাত আমাৰ সৈতে যোগদান কৰক।

Shop by Category Beverages (3) Body & SkinCare (1) Herbal Products (1) New In Aloevera Cleansing Bar Sale Product on sale ₹275.00 ₹260.00 Add to cart Lakadong Turmeric 100g Sale Product on sale ₹200.00 ₹150.00 Add to cart Stevia 50g Sale Product on sale ₹200.00 ₹150.00 Add to cart Masala...

27/07/2019
29/05/2019

নহৰু
নহৰু এবিধ শ্বেত বৰ্ণৰ কাণ্ড আৰু পাচলিজাতীয় শস্য । ইয়াৰ ফল ঘূৰণীয়া আৰু বগা ৰঙৰ হয় । ভাৰতবৰ্ষৰ প্ৰায় সকলো লোকে ইয়াক মছলা হিচাপে ব্যৱহাৰ কৰা দেখা যায় । নহৰু সাধাৰণতে উষ্ণ আৰু কিছু উৎকট প্ৰকৃতিৰ গোন্ধযুক্ত হয় । যদিও আপুনিনহৰুৰ গোন্ধ ভাল নাপায়, তথাপি নহৰু হৈছে আমাৰ স্বাস্থ্যৰ পক্ষে বহু প্ৰভাৱশালী খাদ্যপদাৰ্থ । হয়,খাদ্যসামগ্ৰীৰ সোৱাদ বৃদ্ধি কৰাৰ উপৰিও নহৰুৱে আমাৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যা দূৰ কৰিব পাৰে । অৱশ্যে নহৰু বতৰ অনুসৰি কম বেছি পৰিমাণে প্ৰয়োগ কৰা উচিত । শীতকালত নহৰু অধিক মাত্ৰাত ব্যৱহাৰ কৰিব পাৰি । কিন্তু গ্ৰীষ্মকালত ইয়াৰ পৰিমাণ সীমিত কৰক । জানো আহকচোন নহৰুৰ কেইটামান স্বাস্থ্যবৰ্ধক গুণাগুণৰ বিষয়ে

(১) নহৰুৰ ৰস সেৱন কৰিলে ই আমাৰ শৰীৰৰ সকলো দূষিত পদাৰ্থ নোম ছিদ্ৰৰ দ্বাৰা বাহিৰলৈ উলিয়াই আনে ।
(২) নহৰুত ছালফাইড পোৱা যায়,যি আমাৰ শৰীৰত এল ডি এল কলেষ্টৰলৰ মাত্ৰা কম কৰি হাৰ্ট এটেক আৰু ব্লকেজ প্ৰতিৰোধ কৰিব পাৰে ।
(৩) মধুমেহ ৰোগীসকলে সদায় নহৰু খোৱা উচিত । তেজত ইনচুলিনৰ পৰিমাণ বৃদ্ধি কৰে, যাৰ দ্বাৰা স্বাস্থ্য ভালে থাকে ।
(৪) নহৰুত থকা এলিচিনে শৰীৰত সৃষ্টি হোৱা সংক্ৰমণৰ সৈতে যুঁজিব পাৰে । ই এক প্ৰকাৰৰ এণ্টি ফাংগল,যি শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰি এণ্টিবডিৰ সৃষ্টি কৰে ।
(৫) নহৰুৱে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও শৰীৰৰ তেজ চলাচল প্ৰক্ৰিয়া সুগম কৰি তোলে । ই ছালৰ বিকাৰসমূহৰ ক্ষেত্ৰতো উপযোগী ।
(৬) জ্বৰ,পানী লগা বা চৰ্দি হ'লে মিঠাতেল জুইত গৰম কৰি তাত কেইটামান নহৰুৰ কলি মিহলাই নাক আৰু শৰীৰৰ অন্য স্থানত লগালে আৰাম পোৱা যায় ।
(৭) যদি কাণত বিষ হয়,তেন্তে নহৰুৰ তেলৰ কেইটামান গৰম টোপাল কাণত দিলে বিষ নোহোৱা হয় । নহৰু হৈছে এক প্ৰকাৰৰ এণ্টি অক্সিডেণ্ট,যি কাণৰ বেক্টেৰিয়াসমূহ নাশ কৰি তাত যিমান মলি আছে, সকলো বাহিৰলৈ উলিয়াই আনে ।
(৮) শৰীৰৰ পাচনতন্ত্ৰ অধিক শক্তিশালী কৰিবলৈ প্ৰতিদিনে আহাৰ খোৱাৰ পাছত কেইটামান নহৰুৰ কলি খোৱা উচিত । মাংসহাৰী বা শৰ্কৰা জাতীয় ভোজন যেতিয়া গ্ৰহণ কৰা হয়,তেতিয়া ইয়াৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি ।

04/12/2012

how many people like windows 8

28/10/2012

helloo frndz

28/10/2012

helo frndz dis is my business page

Address

Guwahati
781171

Telephone

9706341301

Website

Alerts

Be the first to know and let us send you an email when Add x food posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share