Kiraat - The Great Indian Kitchen

Kiraat - The Great Indian Kitchen One of the best restaurants in Guwahati for high-quality Dum Biryani.

Covid Initiative: Veg Thali (Home style) /- only. Please type KIRAAT on SWIGGY and order. (Only for Covid patients & the...
10/06/2021

Covid Initiative: Veg Thali (Home style) /- only. Please type KIRAAT on SWIGGY and order.

(Only for Covid patients & their attendants)

👉FLAT 20% OFF on SWIGGY👈😋Authentic Dum Biriyani and 😋 Delicious Kebab Biriyani in your city ||❤️ORDER NOW!
06/05/2021

👉FLAT 20% OFF on SWIGGY👈
😋Authentic Dum Biriyani and 😋 Delicious Kebab Biriyani in your city ||❤️ORDER NOW!

We are open ! Let's explore Authentic Dum Biryani and Delicious Kabab Biryani in Guwahati || Visit Swiggy/Zomato to plac...
04/05/2021

We are open !
Let's explore Authentic Dum Biryani and Delicious Kabab Biryani in Guwahati ||
Visit Swiggy/Zomato to place an order ||

Location: Jonali, Zoo Road, Guwahati.
Map: https://g.page/Kiraat?gm

"Utho Anarkali, Biryani Khana Hain!" 😍Authentic Dum Biryani and 🥰Delicious Kabab Biryani in your own city || Please visi...
04/05/2021

"Utho Anarkali, Biryani Khana Hain!"
😍Authentic Dum Biryani and 🥰Delicious Kabab Biryani in your own city || Please visit 💝Swiggy/Zomato to place an order.
Location: Jonali, Zoo Road, Guwahati.
Map: https://g.page/Kiraat?gm

23/08/2020
ফ্ৰান্সৰ ব'ৰড'ক্স চহৰৰ ১৫ কিমি দূৰত এখন আঙুৰৰ বাগিচাৰ গাঁও ছেন্ট এমিলিয়ন। হেক্টৰ হেক্টৰ অঞ্চল অকল আঙুৰ আৰু আঙুৰৰ খেতি। ত...
14/04/2020

ফ্ৰান্সৰ ব'ৰড'ক্স চহৰৰ ১৫ কিমি দূৰত এখন আঙুৰৰ বাগিচাৰ গাঁও ছেন্ট এমিলিয়ন। হেক্টৰ হেক্টৰ অঞ্চল অকল আঙুৰ আৰু আঙুৰৰ খেতি। তাত উদ্পাদন কৰা হয় বিশ্বৰ শ্ৰেষ্ঠতম মানদণ্ডৰ ৰঙা সুৰা (red wine)। যি পৰিচিত Bordeaux Wine হিচাপে। বিশ্বৰ নানান দেশৰ পৰ্যটক যায় সেয়া চাবলৈ। এক বিৰল আৰু অতি সুখকৰ অভিজ্ঞতা। আঙুৰৰ সেই বিশাল বাগিচা টয় ট্ৰেইন সদৃশ গাড়ীৰে ঘুৰি চাই চাই মোৰ মনত পৰিছিল আমাৰ অসমৰ চাহ বাগিচাবোৰলৈ, বিশ্ববিখ্যাত ব্ৰেণ্ড Assam Tea লৈ। ফ্ৰান্সৰ Wine উদ্যোগৰ ৰ দৰে অসমৰ চাহ উদ্যোগো বিখ্যাত কিন্তু আজিকোপতি আমি তাক বিশ্বৰ পৰ্যটন মানচিত্ৰত স্থান দিয়াব নোৱাৰিলোঁ।

সুৰাৰ বিশাল বাগিছাখন চাও আহক।

YouTube Link: https://youtu.be/NTPBsTGZJw4

আবিদ আজাদ

The 1000 sq.km wine growing area around the city of Bordeaux is France's most important producer of top-quality wines. Located 35 km north-est of Bordeaux, S...

CORONA।। মুছলমান সমাজ।। Kuwait ৰ ব্যতিক্ৰমী আজান।। ৰাইজৰ কৰণীয় আবিদ আজাদhttps://youtu.be/BimomwyG-ns
28/03/2020

CORONA।। মুছলমান সমাজ।। Kuwait ৰ ব্যতিক্ৰমী আজান।। ৰাইজৰ কৰণীয় আবিদ আজাদ
https://youtu.be/BimomwyG-ns

CORONA।। মুছলমান সমাজ।। Kuwait ৰ ব্যতিক্ৰমী আজান।। ৰাইজৰ কৰণীয় কিছুদিন মছজিদলৈ যোৱা বন্ধ ৰাখক। নামাজত ছিজদা দিওতে মজিয....

27/03/2020

CORONA।। মুছলমান সমাজ।। Kuwait ৰ ব্যতিক্ৰমী আজান।। ৰাইজৰ কৰণীয় আবিদ আজাদ
YouTube link: https://youtu.be/BimomwyG-ns

আমষ্টাৰডাম। এন ফ্ৰাংকৰ গুপ্তগৃহ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়চোৱাত ১৯৪২ ৰ পৰা ১৯৪৪ লৈ এই ঘৰটোৰ ভিতৰতেই আত্মগোপন কৰি থাকিব লগী...
22/03/2020

আমষ্টাৰডাম। এন ফ্ৰাংকৰ গুপ্তগৃহ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়চোৱাত ১৯৪২ ৰ পৰা ১৯৪৪ লৈ এই ঘৰটোৰ ভিতৰতেই আত্মগোপন কৰি থাকিব লগীয়া হৈছিল এন ফ্ৰাংকৰ পৰিয়ালটোই। খাদ্যবস্তুৰ হৈছিল ভীষণ আহুকাল। আলু খাইয়ে কটাব লগা হৈছিল দুটাকৈ বছৰ। (ঘৰৰ ভিতৰত ফটো তোলা নিষেধ বাবে বাহিৰৰ পৰা তোলা ফটোকে ইয়াত দিয়া হ'ল।)

বিশ্বত বিভিষীকাৰ সৃষ্টি কৰা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ তেতিয়াৰ ভাইৰাছ বিধৰ নাম আছিল #নাজীবাদ । হিটলাৰৰ মগজুৰ পৰা সম্প্ৰসাৰিত হোৱা এই ভাইৰাছৰ সংক্ৰমনত হত্যা কৰা হৈছিল লক্ষ লক্ষ লোকক।

২০২০ । এতিয়া আহিছে আন এবিধ ভাইৰাছ। নাম #কৰোনা ভাইৰাছ। হয়তো মানৱজাতিৰ বাবে এয়াও এক বিশ্বযুদ্ধৰ সময়।

কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা বচাৰ আজিৰ তাৰিখত এটাই সহজ উপায় – এন ফ্ৰাংকৰ পৰিয়ালৰ দৰে নিজেই নিজক ঘৰত আত্মগোপন (!) কৰি ৰখা। 'জনতা কাৰফিউ' মানি চলা। উপযুক্ত পৰিমাণৰ খাদ্যবস্তু – চাউল, দালি, আলু, কণী, নিমখ, তেল আদি বেচ কিছুদিনৰ বাবে ঘৰত মজুত ৰখা। খাদ্যৰ অভাৱত অকল আলু খাইয়েই যাতে জীয়াই থাকিব লগীয়া নহয়, সেয়াও মন কৰা। আনৰ বাবেও চিন্তা কৰা।

দ্বিতীয় বিশ্বযুদ্ধৰ বিভিষীকাময় পৰিস্থিতিৰ পৰা যুঁজ দি দি এটা সময়ত মানৱ জাতিয়ে যিদৰে মুক্তি পাইছিল, আজিৰ বিশ্বযুদ্ধসম পৰিস্থিতিৰ পৰাও, কৰোনা ভাইৰাছৰ সৈতে যুঁজ দি, মানৱজাতিয়ে সোনকালেই মুক্তি পাব। সেয়াই আমাৰ আন্তৰিক কামনা।

এন ফ্ৰাংকে কৈছিল– “How wonderful it is that nobody need to wait a single moment before starting to improve the world.”
//



Address

Zoo Road
Guwahati
781014

Opening Hours

Monday 12:15pm - 10:30pm
Tuesday 12:15pm - 10:30pm
Wednesday 12:15pm - 10:30pm
Thursday 12:15pm - 10:30pm
Friday 12:15pm - 10:30pm
Saturday 12:15pm - 10:30pm
Sunday 12:15pm - 10:30pm

Website

Alerts

Be the first to know and let us send you an email when Kiraat - The Great Indian Kitchen posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kiraat - The Great Indian Kitchen:

Share

Category