Khruptang Cafeteria

Khruptang Cafeteria we are making foods, and also delivered our products to customers doorstep as customer orders.

02/12/2025
মহাবীৰ লাচিত বৰফুকন ❤️
24/11/2025

মহাবীৰ লাচিত বৰফুকন ❤️

🍽️ We’re Hiring – Join Our Restaurant Team! 🍽️JOB VACANCY °°°°°°JOB VACANCY KHRUPTANG CAFE ত আমাৰ ক্ৰমবৰ্ধমান দলত যোগদান...
27/08/2025

🍽️ We’re Hiring – Join Our Restaurant Team! 🍽️

JOB VACANCY °°°°°°JOB VACANCY

KHRUPTANG CAFE ত আমাৰ ক্ৰমবৰ্ধমান দলত যোগদান কৰিবলৈ উৎসাহী আৰু নিষ্ঠাবান ব্যক্তিৰ প্ৰয়োজন!

আবেদন কৰিবলৈ: আমাক ফোন কৰক
📞 8638941794 /8638726204

Are you passionate about food, hospitality, and creating unforgettable dining experiences?
KHRUPTANG CAFE is looking for enthusiastic and dedicated individuals to join our growing team!

✨ Open Positions:

Chefs / Cooks

Kitchen Assistant

cleaning and supportive stuff

📍 Location: GOHPUR

🕒 Work Type: Full-time

✅ What We Offer:

Friendly and supportive work environment

Competitive salary with tips/incentives

Meals on duty

Growth and career opportunities

👨‍🍳 Who We’re Looking For:

Energetic, positive, and customer-focused individuals

Team players with good communication skills

Previous experience is a plus, but not mandatory (training provided)

📞 To Apply: Call us at 8638941794 / 8638726204

✨ Join us and be part of a team that serves not just food, but happiness.

খ্ৰূপটাং ৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে অসমীয়া নবৰ্ষৰ শুভেচ্ছা জনালোঁ।ৰঙালী বিহুৰ উ...
14/04/2025

খ্ৰূপটাং ৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে অসমীয়া নবৰ্ষৰ শুভেচ্ছা জনালোঁ।

ৰঙালী বিহুৰ উপলক্ষে ১৪ ,১৫ , ১৬ তাৰিখে আমাৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থাকিব। গতিকে সকলোকে আকৌ লগ পাম ১৬ তাৰিখে ।
ধন্যবাদ
KHRUPTANG cafe & retro

খ্ৰুপটাং ৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা দুৰ্গা পূজাৰ অলেখ মৰম আৰু সুভকামনা থাকিল । আপোনালোকৰ মৰম আৰু আশীৰ্বাদত খ্ৰুপটাং আজি তি...
10/10/2024

খ্ৰুপটাং ৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা দুৰ্গা পূজাৰ অলেখ মৰম আৰু সুভকামনা থাকিল ।
আপোনালোকৰ মৰম আৰু আশীৰ্বাদত খ্ৰুপটাং আজি তিনিবছৰীয়া হল । আপোনালোকক সুস্বাদু খাদ্যৰ (কম মূল্যত) আপ্যায়ন কৰিবলৈ আমি সদায় যথাসম্ভৱ চেষ্টা অব্যাহত ৰাখিছোঁ আৰু সদায় ৰাখিম । আগন্তুক সময়তো যাতে এনেদৰে আমাক আগুৱাই যাবলৈ আশীৰ্বাদ আৰু উৎসাহ প্ৰদান কৰে যেন তাৰে কামনাৰে ...............

WISH YOU A VERY HAPPY BIRTHDAY TARUN
27/01/2024

WISH YOU A VERY HAPPY BIRTHDAY TARUN

19/09/2023

Address

Khruptang Cafeteria
Gohpur
784168

Telephone

+918638941794

Website

Alerts

Be the first to know and let us send you an email when Khruptang Cafeteria posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Khruptang Cafeteria:

Share