ADDA Gogamukh

ADDA Gogamukh Delicious Indian Continental n Fast food items are available

14/11/2022
20/04/2022

আড্ডাৰ গ্ৰাহক সকললৈ সুখবৰ। আড্ডা আকৌ খুলিল।

বিশেষ প্ৰয়োজনীয় কামৰ বাবে প্ৰায় এমাহ আমাৰ ৰেষ্টুৰা 'আড্ডা' বন্ধ ৰখা হৈছিল আৰু এতিয়া পুনৰ আৰম্ভ কৰিবলৈ ওলাইছো। উন্নত মানদণ্ডৰ সুস্বাদু খাদ্যৰ ন-সংযোজন আৰু আনতকৈ পৃথক সোৱাদৰ প্ৰতিশ্ৰুতিৰে আড্ডা আপোনাৰ সম্মুখত। আহক,তৃপ্তি লওঁক।

আপোনালোকে তলত উল্লেখ কৰা নম্বৰত যোগাযোগ কৰিব।
+918136024890

Crispy Noodles with Garlic Sauce
11/11/2021

Crispy Noodles with Garlic Sauce

আড্ডাৰ গ্ৰাহক সকললৈ সুখবৰ।কৰোণাৰ ক্ৰমাগত সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি বিগত তিনিদিন ধৰি আমাৰ ৰেষ্টুৰা বন্ধ ৰখা হৈছিল আৰু এত...
21/05/2021

আড্ডাৰ গ্ৰাহক সকললৈ সুখবৰ।

কৰোণাৰ ক্ৰমাগত সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি বিগত তিনিদিন ধৰি আমাৰ ৰেষ্টুৰা বন্ধ ৰখা হৈছিল আৰু এতিয়া আমি পুনৰ আৰম্ভ কৰিবলৈ ওলাইছো। সাম্প্ৰতিক পৰিস্থিতিলৈ চাই বৰ্তমান আমি কেৱল মাত্ৰ হোম ডেলিভাৰীৰ ব্যৱস্থাটোহে আৰম্ভ কৰিছো। এতিয়া ঘৰত বহিয়ে ৰেষ্টুৰাৰ সোৱাদ লওঁক। চাফ চিকুণ সুস্থ আহাৰ আমাৰ দায়িত্ব। ঘৰত থাকক, নিৰাপদে থাকক, সুস্থ থাকক।

আপোনালোকে তলত উল্লেখ কৰা নম্বৰত যোগাযোগ কৰিব।
7099689600
8136024890

Chicken cutlet
13/12/2020

Chicken cutlet

Adda's Special Fried rice
07/11/2020

Adda's Special Fried rice

19/06/2020

Address

Gogamukh
787056

Opening Hours

Monday 9am - 10pm
Tuesday 11am - 10pm
Wednesday 11am - 10pm
Thursday 11am - 10pm
Friday 11am - 10pm
Saturday 11am - 10pm
Sunday 11am - 10pm

Telephone

+917099689600

Website

Alerts

Be the first to know and let us send you an email when ADDA Gogamukh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category