Goalpara Ai News

Goalpara Ai News Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Goalpara Ai News, Hot Dog Joint, Gauhati.

26/09/2026

এতিয়াৰে পৰা ব্যক্তিগত ঋণত ৫% ৰাজসাহায্য দিব ৰাজ্য চৰকাৰে, দিলে হ'ব কেৱল ৫% নিজৰ অংশ।

24/09/2026

ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীক অতি সোনকালে বদলি কৰাৰ দাবীত উত্তপ্ত জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়! সৰৱ হৈ পৰিল ছাত্ৰ-ছাত্ৰী।

24/09/2026

ফকিৰগঞ্জৰ ধাপানপাৰাত ভয়ংকৰ গৰাখহনীয়া! নদীৰ বুকুত লীন যোৱাৰ দিশে ঘৰ-বাৰী, হাহাকাৰ অৱস্থা ৰাইজৰ।"

24/09/2026

বিধায়ক শ্বেৰমান আলী আহমেদৰ এই বিস্ফোৰক মন্তব্যক লৈ এতিয়া উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট। শিৱামনি বৰাক লক্ষ্য কৰি দিয়া এই ভাষ্যই ব্যাপক চৰ্চা লাভ কৰিছে।
বুলেন বাৰ্তা আৰু শেহতীয়া খবৰৰ বাবে পেজটো Follow কৰি ৰাখক।

23/09/2026
23/09/2026

জলেশ্বৰৰ শিলাপানীত সমজিলা স্থাপন আৰু ভূমি অধিগ্রহণক লৈ দেশী জনগোষ্ঠীয় মঞ্চৰ গুৰুত্বপূৰ্ণ সংবাদ মেল। চাওক 'গোৱালপাৰা এআই নিউজ'ত... 📢

23/09/2026

🚨 নগাঁৱত উত্তপ্ত নিৰ্বাচনী পৰিৱেশ!
শীৰ্ষ কংগ্ৰেছ নেতা গৌৰৱ গগৈ, ৰকিবুল হুছেইন, শিৱামণি বৰা আৰু ৱাজেদ আলী চৌধুৰীৰ বাহনলৈ দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ! ভাঙি চুৰমাৰ হ’ল বাহন। সমগ্ৰ ঘটনা সন্দৰ্ভত ৰকিবুল হুছেইনৰ বিস্ফোৰক প্ৰতিক্ৰিয়া।

22/09/2026

বঙাইগাঁৱৰ টোপগাঁৱত আই নৈৰ সংহাৰী ৰূপ: এসপ্তাহতে নৈৰ বুকুত বিলীন ১৫ টাকৈ পৰিয়ালৰ ভিটি-মাটি!

22/09/2026

টকাৰ লোভত বেংক একাউণ্ট ভাৰাত দিয়াৰ পূৰ্বে সাৱধান! চাইবাৰ অপৰাধৰ ডাঙৰ ফান্দ।

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Goalpara Ai News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share