28/07/2026
ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়াক সাক্ষাৎ কৰি বানাক্ৰান্ত ৰাইজৰ সহায় হোৱাকৈ আমাৰ 'গাম ডেলিকেচি' ( Gams Delicacy ) পৰিয়ালৰ তৰফৰ পৰা 'মুখ্যমন্ত্ৰী সাহায্য পুঁজি'লৈ ২ লাখ টকাৰ এক আৰ্থিক অনুদান আগবঢ়াওঁ। সংকটৰ এই সময়ত আমি সদায় অসমবাসীৰ কাষত আছোঁ।
CMO Assam