Jiten Dutta officials

Jiten Dutta officials Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jiten Dutta officials, Restaurant, Digboi.

আত্মনিৰ্ভৰশীলতাৰ ওপৰত ডিগবৈত অনুষ্ঠিত হোৱা Seminar খনৰ সফলতাৰ পিছত দ্বিতীয়খন Seminar নগাওঁত আয়োজন কৰিবলৈ কালি নগাওঁৰ ক...
19/08/2023

আত্মনিৰ্ভৰশীলতাৰ ওপৰত ডিগবৈত অনুষ্ঠিত হোৱা Seminar খনৰ সফলতাৰ পিছত দ্বিতীয়খন Seminar নগাওঁত আয়োজন কৰিবলৈ কালি নগাওঁৰ কেইজন মান বন্ধু হৈতে মিলিত হৈ আলোচনা কৰো। অহা চেপ্তেম্বৰ মাহৰ শেষৰ ফালে উক্ত Seminar খন আয়োজন কৰিবলৈ সিদ্ধান্ত লোৱা হয়। গতিকে মধ্য অসমৰ সকলোৰে সহযোগিতা কামনা কৰিলো। নগাঁওৰ NEHO নামৰ NGO টোৰ উদ্যোগতে এই Seminar খন আয়োজন কৰা হব।

18/08/2023

আত্মনিৰ্ভৰশীলতাৰ কাম বোৰ আগবঢ়াই নিবৰ বাবে আজিৰ পৰা আৰম্ভ কৰিলো এটা নতুন পেজ। আপোনালোকে আদৰি লব বোলি আশা কৰিলোঁ।

Address

Digboi

Website

Alerts

Be the first to know and let us send you an email when Jiten Dutta officials posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jiten Dutta officials:

Share

Category