04/10/2022
আপোনালোক সকলোকে দুৰ্গাপূজাৰ নৱমীৰ আন্তৰিক শুভেচ্ছা জনাইছে আপোনালোকৰ মৰমৰ ’সৰুদৈয়া’ই ৷নৱমীৰ গ্ৰাহকক আদৰিবলৈ আজি এনেদৰেই সাজু ’সৰুদৈয়া’ৰ পৰিয়াল ৷নিশা একবজালৈ আজি মুকলি থাকিব সৰুদৈয়া’ৰ জপনা ৷হাঁহৰ মাংস,লোকেল মুৰ্গীৰ মাংস পৰিবেশনৰ বাবেও সাজু ’সৰুদৈয়া’ৰ বিপনী ৷আশা কৰো পূৰ্বৰ দৰেই আপোনালোকৰ মৰমৰ উমেৰে আমাক কৃতাৰ্থ কৰিব ৷