Asin Ayang

Asin Ayang Food is symbolic of love when words are inadequate.” “

নমস্কাৰ 🙏আশা কৰোঁ সকলো ভালে আছে আপোনালোকক জনাবলৈ পাই দুঃখিত যে পৰিকল্পনা কৰা Asin Ayang   ধাবা কিছু ব্যক্তিগত কাৰণত আজি ...
09/06/2025

নমস্কাৰ 🙏

আশা কৰোঁ সকলো ভালে আছে
আপোনালোকক জনাবলৈ পাই দুঃখিত যে পৰিকল্পনা কৰা Asin Ayang ধাবা কিছু ব্যক্তিগত কাৰণত আজি ৪মাহ পূৰ্বে বন্ধ কৰা হৈছে অৰ্থাৎ স্থানান্তৰ কৰা চিন্তা চৰ্চা চলি আছে । মিচিং জনগোষ্ঠীয় খাদ্যৰে পৰিকল্পনা কৰা Asin Ayang ৰাইজৰ কাষত অতি সোনকালে চহৰৰ মাজত উপলব্ধ হব । যদি কোনো লোকে নামৰ ব্যৱহাৰে প্ৰতিষ্ঠান চলাইছে তাত মোৰ কোনো জঢ়িত নাই আৰু থলুৱা মিছিং জনগোষ্ঠীয় খাদ্যৰ পৰিকল্পনাৰ সম্পূৰ্ণ বিপৰীত বুলি আপোনালোকক জনালোঁ ধন্যবাদ ।।

29/10/2024

📌 Job Opening: Manager at Asin Ayang Dhaba
Location: Niz - Baghmari, Biswanath Chariali
Designation: Manager

Asin Ayang Dhaba in Baghmari is looking for a Manager to help run the restaurant smoothly. The job includes managing staff, keeping the place clean, and ensuring good service for customers. The salary is ₹8,000 per month. Interested candidates can contact Asin Ayang Dhaba to apply.

Contact: 97063 61634 or 60003 61033

নিৰ্বাচনী প্ৰচাৰৰ ব্যস্ততাৰ মাজতে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে আমাৰ "ধাবা আচিন-আয়াং" ত উপস্থিত হোৱা বাবে অসম চৰকাৰৰ মাননী...
22/10/2024

নিৰ্বাচনী প্ৰচাৰৰ ব্যস্ততাৰ মাজতে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে আমাৰ "ধাবা আচিন-আয়াং" ত উপস্থিত হোৱা বাবে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পিয়ুষ হাজৰিকা ডাঙৰীয়া, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত ৰঞ্জিত দত্ত ডাঙৰীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত দিগন্ত কলিতা ডাঙৰীয়া, বিহালী বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰীযুত দিগন্ত ঘাটোৱাৰ ডাঙৰীয়াৰ লগতে সমূহ অতিথিবৃন্দক আমাৰ তৰফৰ পৰা ধন্যবাদ জনোৱাৰ লগতে তেঁওলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

We extend our heartfelt thanks and best wishes to the Honorable Minister of Assam, Mr. Pijush Hazarika; the Member of Parliament for Sonitpur, Mr. Ranjit Dutta; the MLA of Kamalpur, Mr. Diganta Kalita; the Mitrajot candidate for the Behali Assembly by-election, Mr. Diganta Ghatowar; and all other distinguished guests for visiting our "Dhaba Asin-Ayang" for lunch during their busy election campaign.

Pijush Hazarika Ranjit Dutta Diganta Kalita Diganta Ghatowar Sooraj Bhuyan Gaurab Borah

Congratulations to ISRO - Indian Space Research Organisation. A proud moment for India in space exploration!   has touch...
23/08/2023

Congratulations to ISRO - Indian Space Research Organisation. A proud moment for India in space exploration! has touched down on the moon’s South Pole, making India the FIRST country to achieve this remarkable feat! JAIHIND ! 🇮🇳

Foodies welcome here.
23/08/2023

Foodies welcome here.

“Need food and a good place to eat? Welcome to our humble place where you can eat good food peacefully.”Opening  17 july...
14/07/2023

“Need food and a good place to eat? Welcome to our humble place where you can eat good food peacefully.”

Opening 17 july Monday

NEAR : RD Motors, BaghMari

Address

Biswanath Chariali , Baghmari
Biswanath Chariali
784176

Telephone

+916000361033

Website

Alerts

Be the first to know and let us send you an email when Asin Ayang posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Asin Ayang:

Share