18/05/2026
হোজাই আজমল মর্কজ (Boys Hostel)ত ছাত্ৰ সুৰক্ষিত নহয়)।
একাডেমীত আন এক ভয়ংকৰ ঘটনা। শিক্ষকৰ নিৰ্যাতনৰ বলি এক ষষ্ঠ শ্রেণীৰ ১১ বছৰীয়া ছাত্র। প্রশ্ন হয় কিয় বাৰে বাৰে এনে ঘটনা সংঘটিত হয় আমজলৰ শিক্ষানুষ্ঠানবোৰত।
ধনবল আৰু বাহুবলৰ অপব্যৱহাৰ কৰি বাৰে বাৰে ইমান জঘন্য ঘটনাবোৰ গাপ দি আহিছে আজমল শিক্ষানুষ্ঠানবোৰে।
এই পাশবিক কাণ্ডৰ লগত জড়িত থকা শিক্ষকৰূপী দানব গৰাকীক আৰক্ষী প্ৰশাসনে ক্ষিপ্ৰতাৰে তদন্ত কৰি কৰায়ত্ত কৰিব লাগে আৰু এক দৃষ্টান্তমূলক শাস্তি বিহিব লাগে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নঘটে।
প্রশাসনে এক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিব লাগে।