24/03/2024
দেশৰ আগন্তুক সাধাৰণ নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সমিতিৰ "কৃষক মৰ্চা"ৰ Karimganj & Silchar (SC) লোকসভা সমষ্টিৰ Co-incharge হিচাবে আমাক দায়িত্ব অৰ্পণ কৰি দলক সেঁৱা আগবঢ়োৱাৰ সুযোগ দিয়াৰ বাবে সন্মানীয় সভাপতি শ্ৰীযুত উৎপল বৰাদেৱক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।
🙏