Mom's kitchen

Mom's kitchen Take a bite out of hunger

17/10/2025

বেংক এটাৰ meeting এখন ৰ বাবে এই অৰ্ডাৰ আছিল ।

আজি দিনটো সাংঘাটিক এটা ব্যস্ততাৰ এটা দিন আছিল। দুঠাইত দুটা অৰ্ডাৰ আছিল আৰু দুটা access bars session আছিল দহবজাত। লগতে এট...
12/10/2025

আজি দিনটো সাংঘাটিক এটা ব্যস্ততাৰ এটা দিন আছিল। দুঠাইত দুটা অৰ্ডাৰ আছিল আৰু দুটা access bars session আছিল দহবজাত। লগতে এটা অন্নপ্ৰসনৰ নিমন্ত্ৰণ আছিল। কেনেকৈ যে মিলাইছো। দুইটা অৰ্ডাৰৰ সময় আছিল ১.৩০ বজাত। bars দি, খানা ৰান্ধি সময়ত packing কৰি পথাই নিজেও অন্নপ্ৰাশন খাব গ'লো।

অফিচ অৰ্ডাৰ এটা আছিল
04/10/2025

অফিচ অৰ্ডাৰ এটা আছিল

01/10/2025

ঘৰুৱা অনুষ্ঠান এটাৰ অৰ্ডাৰ

অৰ্ডাৰ আছিল
30/09/2025

অৰ্ডাৰ আছিল

17/09/2025

বিশ্বকৰ্মা পূজাৰ পায়স.......

17/09/2025

বিশ্বকৰ্মা পূজাৰ খিছিৰি........

বিশ্বকৰ্মা পূজাৰ কাৰণে কাৰণে অৰ্ডাৰ লৈ থকা হৈছে। যোগাযোগ কৰিব কৰিব।Cont. 8486392528 / 9864095051                        ...
15/09/2025

বিশ্বকৰ্মা পূজাৰ কাৰণে কাৰণে অৰ্ডাৰ লৈ থকা হৈছে। যোগাযোগ কৰিব কৰিব।
Cont. 8486392528 / 9864095051

আজি ৫০ জন মানুহৰ এটা অৰ্ডাৰ আছিল। বহু আগতেই লৈ থোৱা। এই কেইদিন পৃথুৰ গা খুউব বেয়া যি কাৰণে সি কালিৰ পৰা হোৱা ছমহীয়া পৰীক...
14/09/2025

আজি ৫০ জন মানুহৰ এটা অৰ্ডাৰ আছিল। বহু আগতেই লৈ থোৱা। এই কেইদিন পৃথুৰ গা খুউব বেয়া যি কাৰণে সি কালিৰ পৰা হোৱা ছমহীয়া পৰীক্ষাই দিব পৰা নাই। কালিৰ পৰা মোৰ জ্বৰ লাগিল। সাংঘাটিক গাৰ বিষ জ্বৰৰ লগত। ৰাতি তিনিখন blanketলৈও ঠাণ্ডা কমাব পৰা নাই। ৰাতিপূৱা ৯ বজাত উঠি গৰম পানীৰে গা ধুই চাহকাপ খাই medicine ল'লো। তাৰ পিছত মানুহজনৰ সহযোগত পথাব পাৰিলো ১২বজালৈ।
Cont. Deepshikha Sarmah
084863 92528 / 9864095051


Address

Surendra Rabha Path
Guwahati
781036

Telephone

+918486392528

Website

Alerts

Be the first to know and let us send you an email when Mom's kitchen posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mom's kitchen:

Share

Category